ফাইল হেণ্ডলিং
	<ctrl>N | এটা নতুন মেনু সৃষ্টি কৰক
	<ctrl>O | এটা মেনু খোলক
	<ctrl>S | মেনুটো সংৰক্ষণ কৰক
	<ctrl><shift>S | মেনুটো সংৰক্ষণ কৰক যেন...
	<ctrl>Q | প্ৰয়োগটো বন্ধ কৰক
সম্পাদনা (মূল)
	<ctrl>Z | পূৰ্বৰ সম্পাদনা বাতিল কৰক
	<ctrl>Y | পূৰ্বৰ সম্পাদনা পুনঃকৰক
	<ctrl>T | নোডটো আৰম্ভণলৈ স্থানান্তৰ কৰক
	<ctrl>minus | নোডটো ওপৰলৈ স্থানান্তৰ কৰক
	<ctrl>plus | নোডটো তললৈ স্থানান্তৰ কৰক
	<ctrl>B | নোডটো শেষলৈ স্থানান্তৰ কৰক
	<ctrl>R | নোডটো আঁতৰাওক
	<ctrl><shift>R | নোডৰ পৰা সন্তানবোৰ আঁতৰাওক
সম্পাদনা (অন্যান্য)
	<ctrl>A | সকলো দৃশ্যমান নোড চয়ন কৰক
	<ctrl>backslash | সকলো দৃশ্যমান নোডৰ চয়ন আঁতৰাওক
	<ctrl>E | দৃশ্যমান কৰা
	<shift><ctrl>E | পুনৰাবৃত্ত দৃশ্যমান কৰা
সন্ধান
	<ctrl>F | সন্ধান গ্ৰিড দেখুৱাওক/লুকাওক
	<ctrl>H | সন্ধান আৰু সলনি উইণ্ড' খোলক/বন্ধ কৰক
দৰ্শন
	<shift><ctrl>X | সকলো নোড বিস্তাৰ কৰা
	<shift><ctrl>C | সকলো নোড সংকুচিত কৰা
সহায়
	F1 | ইঙ্গিত উইণ্ড' খোলক/বন্ধ কৰক
	<ctrl>L | কীবোৰ্ডৰ চমুপথ উইণ্ড' খোলক/বন্ধ কৰক
	<ctrl>I | সমস্যা প্ৰতিবেদন কৰক
	<shift><ctrl>A | সম্পৰ্কে
