Kickshaw ব্যৱহাৰ কৰাৰ বিষয়ে অধিক তথ্য লাভ কৰিবলৈ,
প্ৰয়োগটোৰ ভিতৰত এখন ইঙ্গিত উইণ্ড' খোলা যায়। ইয়াক দুটা উপায়েৰে অভিগম কৰিব পাৰি:

  - প্ৰয়োগ মেনুৰ "সহায়" অংশৰ পৰা "ইঙ্গিত" বাছি লৈ।
  - F1 কীবোৰ্ডৰ চমুপথ ব্যৱহাৰ কৰি।

Kickshaw-এ গ্ৰহণ কৰা যুক্তিসমূহ:
